Skip to Content

Ghila-pitha (ঘিলা-পিঠা)

Ghila Pitha

Handcrafted Assamese Rice Dumplings – Crispy Outside, Soft Inside

Experience the nostalgic taste of Assam with Zoonakie’s Ghila Pitha, a traditional snack lovingly made from roasted rice flour, jaggery, and black sesame seeds. Lightly fried in mustard oil, these bite-sized dumplings have a crisp golden crust and a soft, melt-in-the-mouth center.

A staple during Bihu and village gatherings, Ghila Pitha brings warmth, heritage, and homely comfort to every bite.

ঘিলা পিঠা

হাতে তৈয়াৰ অসমৰ পৰম্পৰাগত মিঠা পিঠা – বাহিৰত ক্ৰিছ্পি, ভিতৰত নরম

Zoonakie-ৰ ঘিলা পিঠাৰ সৈতে অনুভৱ কৰক অসমৰ পৰম্পৰাগত স্বাদ। ভাজি লোৱা চাউলৰ পিঠা, গুৰ আৰু তিলৰ মিশ্ৰণত তৈয়াৰ এই পিঠাখিনি সর্ষেৰ তেলত সোনপোহৰীয়া কৰি ভাজা হয়। বাহিৰত ক্ৰিছ্পি আৰু ভিতৰত নৰম—সঁচাকৈয়ে এক স্বাদৰ অভিজ্ঞতা।

বিহু আৰু গাঁও ঘৰৰ মিলনীয়তাৰ এটা অঙ্গ হিচাপে, ঘিলা পিঠা আপোনাৰ ঘৰত লৈ আহে অসমীয়া ৰীতি-নীতিৰ কোমল স্পৰ্শ।
₹ 99.00 ₹ 99.00

This combination does not exist.

Terms and Conditions
30-day money-back guarantee
Shipping: 2-3 Business Days